Happy Bihu

গছৰ ডালে ডালে
ন কুঁহিপাত আহিলে,
কুলি জনালে জাননী
বহাগ আহিলে বুলি,

ৰঙালী_বিহু (ব'হাগ বিহু) ৰ আন্তৰিকতাৰে #শুভকামনা আৰু #ওলগ জনালোঁ। বাৰেবৰণীয়া বিহুৰ লগতে অসমীয়া নতুন বছৰটিয়ে সকলোকে ৰঙীন কৰে যেন......

Pic. Design By:Dipul
Happy Rongali Bihu wishes

Comments

Popular posts from this blog

Happy Rongali Bihu

Happy Rongali Bihu